Skip to main content

Posts

Showing posts from April, 2021

Assamese class 12 Assamese lesson-6 ciytie (চিঠি ) Textbook solution

 ১৯৯০ চনত ''অনুসন্ধান'' উপন্যাসৰ বাবে 'অসম প্রকাশন পৰিষদ' বটাঁ লাভ কৰে । ১৯৯২ চনত '' দায়িত্ব আৰু অন্যান্য গল্প '' শীৰ্ষক গল্প সংকলনৰ বাবে 'ভাৰতীয় ভাষা পৰিষদ বটাঁ' লাভ কৰে । 'counter'১৯৯৪ চনত ''মধুপুৰ বহুদূৰ'' গল্প সংকলনৰ বাবে 'সাহিত্য অকাডেমি বটাঁ' লাভ কৰে । ২০০২ চনত '' সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনযোৰা অৱদানৰ বাবে ''অসম উপত্যকা সাহিত্য বটাঁ'' লাভ কৰে। ১‍/ চিঠি গল্প শীলভদ্ৰৰ কোন খন সংকলনৰ পৰা লোবা হৈছে? চিঠি গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প'  সংকলনৰ পৰা লোৱা হৈছে । ২/ শীলভদ্ৰৰ কোন খন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ' লাভ কৰিছিল ? শীলভদ্ৰৰ  ''মধুপুৰ বহুদূৰ'' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ' লাভ কৰিছিল । ৩/ কাৰ চিঠিৰ বাবে ভূদেৱ চৌৗধুৰীয়ে অপেক্ষা কৰি আছিল ? বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌৗধুৰীয়ে অপেক্ষা কৰি আছিল । ৪/ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো  ভূদেৱ চৌৗধুৰীক কোনে দিছিল ? প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো  ভূদেৱ চৌৗধুৰীক প্ৰশান্ত